কেলিফৰ্ণিয়াত অনুষ্ঠিত 'মেটা কনচাৰ্ট'ত মেটাৰ বৃহৎ ঘোষণা

 A


 
আন্তঃৰাষ্ট্ৰীয় ডেস্ক:
কেলিফৰ্ণিয়াত অনুষ্ঠিত 'মেটা কনচাৰ্ট'ত মেটাৰ বৃহৎ ঘোষণা ৷আনুষ্ঠানিকভাৱে মেটাই মুকলি কৰিলে AI-যুক্ত Quest 3 হেডছেট আৰু Ray-Ban স্মাৰ্ট গ্লাছ। ইয়াৰ লগে লগে আজিৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰসহ কেবাখনো দেশত ক্ৰমাৎ 'মোবাইল যুগৰ অন্ত'ৰ আৰম্ভণি ঘটিবলৈ ল'ব বুলি ক'ব পাৰি! এআইযুক্ত স্মাৰ্ট গ্লাছ মুকলি কৰি মেটাৰ তৰফৰ পৰা কোৱা হৈছে যে আপুনি চকুৰে যি দেখিব আৰু যেনেকৈ দেখিব সেয়া ৰিয়েল টাইমত ঠিক তেনেধৰণে ফেচবুক, ইনষ্টাগ্ৰাম আদিত LIVE কৰিব পাৰিব। ক'বলৈ গ'লে দুবছৰ পূৰ্বে মেটাই ঘোষণা কৰা 'মেটাভাৰ্ছ'ৰ এয়া হৈছে একপ্ৰকাৰৰ ট্ৰায়েল আত্মপ্ৰকাশ!

(সাংবাদিক ধ্ৰুৱজ্যোতি ধনন্তৰীৰ ৱালৰ পৰা)

Your Comments

Related Articles