উচ্চ শিক্ষা গ্রহণত বিনামূলীয়া নামভৰ্তিৰ সুবিধা

 A


 

নিউজ ডেস্ক:
BPL, EWSৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ ৷
অৱশেষত স্থিতি স্পষ্ট কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে৷
শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে টুইটযোগে জানিবলৈ দিয়ে যে BPL, EWSৰ শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা গ্রহণত বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব ৷

Your Comments

Related Articles