
নিউজ ডেস্ক:
স্নানকৰণ, সুদ্ধিকৰণ আৰু নিত্য পূজাৰ পাছতে পুৱা ৫ বজাত খুলিল কামাখ্যাৰ দুৱাৰ। মা কামাখ্যাক দৰ্শনৰ বাবে নীলাচল পাহাৰত সমাগম লাখ লাখ ভক্তৰ।উল্লেখ্য যে, এইবাৰ অম্বুবাচীৰ ২৬ আৰু ২৭ জুনত দুদিনৰ বাবে নাথাকিব ভি আই পি আৰু ভি ভি আই পিৰ বাবে বিশেষ ব্যৱস্থা।
- Log in to post comments
- 7 views