মালয়েছিয়াৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী নাজিব ৰাজাকৰ বাসগৃহত জব্দ কৰা ধন ১৮৭৩ কোটি টকা

Ex-Malaysian prime minister Najib Razak questioned over 1MDB corruption scandal

মালয়েছিয়াৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী নাজিব ৰাজাকৰ বিভিন্ন্ বাসগৃহত মালায়েছিয়া আৰক্ষীৰ অপৰাধ বিভাগে জব্দ কৰা ধন আৰু সামগ্ৰীৰ মূল্য ১৮৭৩ কোটি টকা৷দেশখনৰ ইতিহাসত এয়াই আছিল সর্ববৃহৎ জব্দ কৰা সামগ্ৰী আৰু ধন৷

Your Comments