ক্ৰোধান্বিত কৃষকে পাকিস্তানলৈ ৰপ্তানি নকৰে পাণ। পুলৱামা আক্ৰমণৰ পিছত ভাৰতীয় কৃষকে পাকিস্তানক বিলাহী বিক্ৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এতিয়া মধ্য প্ৰদেশৰ ছত্তৰপুৰ জিলাৰ পাণ খেতিয়কে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পাণ ৰপ্তানি বন্ধ কৰাৰ বাবে কৃষকসকলৰ সপ্তাহে প্ৰতি ১৩ লাখ টকা লোকচান হ'ব যদিও দেশৰ স্বাৰ্থৰ সন্মুখত এয়া সামান্য কথা বুলি মন্তব্য কৰিছে তেওঁলোকে।
- Log in to post comments
- 110 views
