ৰমজান যুদ্ধবিৰতি'ৰ ম্যাদ বৃদ্ধিৰ সম্ভাৱনাৰে জম্মু-কাশ্মীৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং

ৰমজান যুদ্ধবিৰতি'ৰ ম্যাদ বৃদ্ধিৰ সম্ভাৱনাৰে জম্মু-কাশ্মীৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং

ৰমজান যুদ্ধবিৰতি'ৰ ম্যাদ বৃদ্ধিৰ সম্ভাৱনাৰে জম্মু-কাশ্মীৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং

নতুন দিল্লী, ৬ জুন :- কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং জম্মু-কাশ্মীৰত   কাইলৈ উপস্থিত হ'ব । বৰ্তমান ৰাজ্যখনত হৈ থকা ৰমজান যুদ্ধবিৰতি 'ৰ ওপৰত আলোচনা কৰাৰ লগতে নিৰাপত্তামূলক আৰু আইন শৃংখলা মূলক পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যৰ উচ্চপদস্থ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হ'ব । পবিত্ৰ ৰমজান মাহত অভিযান বন্ধ ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ ঈদৰ পাছত বাহাল ৰখা ওপৰত তেওঁ কাইলৈ ঘোষণা কৰা সম্ভাৱনা আছে । উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰ আৰু নিৰাপত্তা বাহিনীৰ সৈতে আলোচনা কৰিহে সঠিক সিদ্ধান্ত ল'ব বুলি এক বিশেষ সূত্ৰত প্ৰকাশ পাইছে ।

Your Comments