'দেশৰ প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত অমিতাভ বচ্চনৰ গভীৰ প্ৰভাৱ আছে'

Amit Ji

অমিতাভ বচ্চনৰ প্ৰভাৱ কেৱল অভিনেতাসকলৰ ওপৰতে নাই,মই ভাবোঁ দেশৰ প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত মেগাষ্টাৰ অমিতাভ বচ্চনৰ গভীৰ প্ৰভাৱ আছে।এই মন্তব্য অভিনেতা ইমৰান হাছমিৰ।

Pic

উল্লেখ্য যে ইমৰান হাছমিয়ে 'বিগ-বি'ৰ সৈতে বৰ্তমান 'চেহৰে' নামৰ এখন ছবিৰ চিত্ৰগ্ৰহণত  ব্যস্ত  হৈ আছে। মহাতাৰকাগৰাকীৰ  সৈতে অভিনয় কৰাাটো  স্মৰণীয়  অভিজ্ঞতা  বুলিও   কয়  ইমৰানে।

Your Comments