ভি ভি গিৰি নেচনেল লেবাৰ ইনষ্টিটিউটত পাঁচদিনীয়া প্ৰশিক্ষণ :"যুৱ প্ৰয়াসৰ" প্ৰতিনিধিৰ অংশ গ্ৰহণ

noida

গুৱাহাটীঃ

আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা আৰু ভাৰতীয় শ্ৰম মন্ত্ৰালয়ৰ তত্ত্বাৱধানত পৰিচালিত উত্তৰ প্ৰদেশ ৰাজ্যৰ নইডা চিটিত অবস্থিত ভি ভি গিৰি নেচনেল লেবাৰ ইনষ্টিটিউটত ১৫-১৯ জুলাই, ২০১৯ তাৰিখলৈ উত্তৰ পূৰ্বাঞ্চল ৰাজ্য সমুহৰ সামাজিক সুৰক্ষাৰ আৰু দৈনন্দিন জীৱন লগতে দক্ষতা বিকাশৰ বাবে পাঁচ দিনীয়া প্ৰশিক্ষণ আৰম্ভ হৈছে ৷ এই  প্ৰশিক্ষণত অসমৰ আগশাৰী বেচৰকাৰী সংস্থাৰ “যুৱ প্ৰয়াস“ৰ  তৰফৰ পৰা প্ৰতিনিধিত্ব কৰিছে সমাজ কৰ্মী ক্ৰমে ধ্ৰুৱ জ্যোতি মেধি, নিলকণ্ঠ ডেকা, তীৰ্থ দেৱ শৰ্মা, দীপজ্যোতি শৰ্মা, গৌৰৱ দাস, নীপম বৰ্মন, হিতেশ কলিতা, মনোজ কুমাৰ ৰায়, গৌতম তালুকদাৰ, গুনজিৎ তালুকদাৰ, জুৰি বড়ো, নিবনিতা দলৈ, মনী টেচা, অনিতা দাস আৰু ধৰনী ডেকা ৷noida2
উক্ত দুয়োটা প্ৰশিক্ষণত উত্তৰ পূৰ্বাঞ্চলৰ চাৰি খন ৰাজ্য ক্ৰমে অসম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়ৰ মুঠ ৮৪ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে

Your Comments