ধনাঢ্যৰ মাজত জোকাৰণি:২ কোটিতকৈ অধিক বাৰ্ষিক উপাৰ্জন কৰাসকলে দিব লাগিব উপকৰ 

bud

অধিক উপাৰ্জন কৰাসকলৰ ওপৰত মোডী চৰকাৰে সাধাৰণ বাজেটত হেঁচা প্ৰয়োগ কৰিছে।বাজেটৰ প্ৰস্তাৱ অনুসৰি বাৰ্ষিক ২-৫ কোটি টকা উপাৰ্জন কৰা সকলে ৩ শতাংশ উপকৰ দিব লাগিব।


আনহাতে,৫ কোটিতকৈ অধিক উপাৰ্জন কৰাসকলে বাৰ্ষিক ৭ শতাংশ উপকৰ দিব লাগিব।

Your Comments