২৬/১১ৰ মুম্বাই আক্ৰমণৰ আঘাত কোনোদিন নাপাহৰে ভাৰতে:প্ৰধানমন্ত্ৰী মোদী

26/11

২৬ নৱেম্বৰ।ঠিক ১২ বছৰ আগতে এই দিনটোতে কঁপি উঠিছিল সমগ্ৰ দেশ।এযুগ পাৰ হৈ গ’লেও সেই আঘাত যেন এতিয়াও সজীৱ ভাৰতবাসীৰ বাবে।বৃহস্পতিবাৰে অৰ্থাৎ আজি সংবিধান দিৱসৰ ভাষণত সেই কথা স্মৰণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।২৬/১১ৰ আক্ৰমণৰ বাবে তেওঁ স্পষ্টভাৱে দায়ী কৰে পাকিস্তানক।

Your Comments