কৃষি বিধেয়কৰ বিৰোধিতা:দিল্লীলৈ সমদল কৰি অহা প্ৰতিবাদী কৃষকৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ

Pic

কৃষি বিধেয়কৰ বিৰোধিতাৰে পঞ্জাবৰপৰা দিল্লীলৈ সমদল কৰি অহা প্ৰতিবাদী কৃষকসকলে আজি আম্বালা সীমান্তৰে হাৰিয়ানাত প্ৰৱেশ কৰোঁতে আৰক্ষী বাহিনীৰে সংঘৰ্ষ হয়।প্ৰতিবাদী কৃষকসকলে সীমান্তত বেৰিকেড ওফৰাই পেলায়।ইয়াৰ পিছত আৰক্ষীয়ে কৃষকসকলৰ ওপৰত পানী আৰু কন্দুুুৱা গেছ নিক্ষেপ কৰে।

Your Comments