পশ্চিম বংগ বিজেপি অধ্যক্ষ দিলীপ ঘোষৰ গাড়ীৰ ওপৰত আক্ৰমণ:অভিযোগৰ আঙুলি তৃণমূল কংগ্ৰেছৰ সদস্যলৈ

Dilip Ghosh

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত ৰাজ্যখনত হিংসা-প্ৰতিহিংসা অব্যাহত আছে।বুধবাৰে মুৰ্ছিদাবাদত পশ্চিম বংগ বিজেপিৰ অধ্যক্ষ দিলীপ ঘোষৰ গাড়ীৰ ওপৰত দুৰ্বৃত্তই লাঠীৰে আৰু ইটা দলিয়াই আক্ৰমণ কৰে।এই  দুৰ্বৃত্তবোৰক তৃণমূল কংগ্ৰেছৰ গুণ্ডা আখ্যা দিয়ে দিলীপ ঘোষে।ইয়াৰ পূৰ্বে আলিপুৰদুৱাৰত ঘোষৰ গাড়ীৰ ওপৰত আক্ৰমণ হৈছিল।

Your Comments