তামিলনাডু আৰু পুডুচেৰীত ঘূৰ্ণি ধুমুহা 'নীবৰ'-এ তাণ্ডৱ চলোৱাৰ শংকা

Tamilnadu

তামিলনাডু আৰু পুডুচেৰীত ঘূৰ্ণি ধুমুহা 'নীবৰ'-এ তাণ্ডৱ চলোৱাৰ শংকা।আজি গধূলি মমল্লাপুৰম আৰু কাৰাইকালৰ উপকূলত নীবৰে খুন্দিওৱাৰ আশংকা।১২০-১৩০ কি:মি: বেগেৰে বতাহ বলাৰ সম্ভাৱনা।বংগোপ সাগৰত উৎপন্ন হোৱা ধুমুহা জাকৰ বাবে সাগৰখনত বৃহৎ ঢৌৰ সৃষ্টি হৈছে।

 

Your Comments