আজিৰ দিনটোৰ বিষয়ে জানো আহক...

International

পৃথিৱীত প্ৰত্যেকটো যুগতে নাৰী লাঞ্চিতা- বঞ্চিতা হোৱাৰ ইতিহাস সাক্ষী আছে৷বিজ্ঞানৰ উন্নতিৰ লগত মানুহৰ মনবোৰৰ উন্নতি সেই পৰ্যায়ত এতিয়াও হ’ব পৰা নাই।ক’ৰবাত যদি ভ্ৰুণ হত্যা হৈছে,ক’ৰবাত বোৱাৰীৰ হত্যা,আন ক’ৰবাত ধৰ্ষণ।

সেই সকলোবোৰলৈ লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৯৯ চনৰ ১৭ ডিচেম্বৰত সিদ্ধান্ত ল’লে যে প্ৰত্যেক বছৰৰ ২৫ নৱেম্বৰ তাৰিখটো নাৰীৰ বিৰুদ্ধে হোৱা হিংসা নিৰ্মূল(Elimination of violence against women) কৰিবলৈ পালন কৰা হ’ব ৷

২৫ ডিচেম্বৰত পালন কৰিবলৈ আৰম্ভ কৰা নাৰীৰ বিৰুদ্ধে হোৱা হিংসা নিৰ্মূল দিৱস এটা চৰকাৰী বন্ধৰ দিন নহয়,বৰঞ্চ আন্তৰ্জাতিকভাৱে ৰাজহুৱাকৈ পালন কৰা এটা দিৱস ৷

Your Comments