২৬ নৱেম্বৰত অসমলৈ আহিব ৰাহুল গান্ধী

Tarun Gogoi

প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্যত উপস্থিত থাকিব কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্ব।২৬ নৱেম্বৰত অসমলৈ আহিব গান্ধী।

গুৱাহাটীত হ'ব তৰুণ গগৈৰ শেষকৃত্য।কংগ্ৰেছৰ শীৰ্ষ নেতা কে চি বেণুুগোপাল আৰু জিতেন্দ্ৰ সিং উপস্থিত থাকি অন্তিম বিদায় জনাব গগৈক।

তৰুণ গগৈৰ নশ্বৰদেহ আজি আবেলি শংকৰদেৱ কলাক্ষেত্রত ৰখা হ'ব।বুধবাৰে ৰাইজৰ শেষ শ্ৰদ্ধাৰ বাবে গগৈক তাতে ৰাখি বুধবাৰে কৰা হ'ব শেষকৃত্য।

উল্লেখ যে অসম চৰকাৰে গগৈৰ অন্তিম সৎকাৰৰ বাবে এই পৰ্যন্ত স্থান চূড়ান্ত কৰিবলৈ পৰা নাই।

Your Comments