শেষবাৰৰ বাবে স্বামী তৰুণ গগৈৰ নিথৰ দেহ অশ্ৰুসিক্ত নয়নেৰে চাই ৰ'ল সহধৰ্মীনি ডলী গগৈয়ে

Doli Gogoi

দিছপুৰৰ চৰকাৰী বাসগৃহত স্বামী তৰুণ গগৈৰ নিথৰ দেহ শেষবাৰৰ বাবে অশ্ৰুসিক্ত নয়নেৰে চাই ৰ'ল পত্নী ডলী গগৈয়ে।কফিনত ঘূৰি অহা স্বামীৰ নিথৰ শৰীৰৰ কাষতে বহি শোকত ভাগি পৰিল ডলী গগৈ।

পত্নীৰ লগতে পুত্ৰ-বোৱাৰী,কন্যা,নাতি-নাতিনীয়ে চৰকাৰী বাসগৃহত অন্তিমবাৰৰ বাবে শ্ৰদ্ধা জনাই ঘৰখনৰ মুৰব্বীগৰাকীক।

Your Comments