জানেনে বাৰু আজিৰ দিনটোত কি হৈছিল?

Micki Mouse

বহু দশকজুৰি শিশুসকলৰ প্ৰিয় কাৰ্টুন চৰিত্ৰ 'মিকি মাউচ' ৷ ৱাল্ট ডিজ্‌নীৰ সৃষ্টি এই কাপোৰ পৰিহিত অকণমানি নিগনিটোৱে প্ৰথম দৰ্শকৰ আগত ভুুমুুকি মাৰিছিল "ষ্টিমব’ট ৱিলি"ৰ যোগেদি ১৯২৮ চনৰ আজিৰ দিনটোতেই; অৰ্থাৎ ১৮ নৱেম্বৰ তাৰিখে।

Disney

"ষ্টিমব’ট ৱিলি" আছিল ৱাল্ট ডিজ্‌নীৰ প্ৰথমখন সফল চাউণ্ড চিঙ্ক্ৰনাইজ্ড এনিমেটেড কাৰ্টুন ছবি৷ ছবিখখন প্ৰথম প্ৰদৰ্শন কৰা হৈছিল এনৱাইচিৰ ক'লনী থিয়েটাৰ ঘৰত ৷

Your Comments