বিবাদ অব্যাহত:মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কংগনা ৰাণাৱতে আখ্যা দিলে 'তুচ্ছ আদমী'

Uddhab Thakre

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু অভিনেত্ৰী কংগনা ৰাণাৱতৰ মাজত বাকযুদ্ধ অব্যাহত আছে।উদ্ধৱ থাকৰেই কংগনাৰ জন্মভূমি হিমাচল প্ৰদেশক গাঞ্জাৰ খেতি কৰা ৰাজ্য বুলি কোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়েও তীব্র বাক-আক্ৰমণ কৰে থাকৰেক।কংগনাই থাকৰেক আখ্যা দিলে 'তুচ্ছ আদমী' বুলি।

Your Comments