আজিৰ দিনটো:পুলিচ স্মৰণ দিৱস

Police Day

প্ৰত্যেক বছৰে আজিৰ দিনটো অৰ্থাৎ ২১অক্টোবৰ তাৰিখটো ভাৰতবৰ্ষত পুলিচ স্মৰণ দিৱস বা Police Commemoration Day হিচাপে পালন কৰা হয় ৷

National Police Day

১৯৫৯চনত চীনা সৈন্যৰ লগত হোৱা লাডাখৰ প্ৰথম সংঘৰ্ষত প্ৰাণ হেৰুৱা ভাৰতীয় সৈনিকসকলক সন্মান জনাই তেওঁলোকৰ পৱিত্ৰ স্মৃতিত এই দিৱসটো পালন কৰা হয় ৷

Police Day

এই দিনটো পালন কৰিবৰ বাবে চৰকাৰীভাৱে ঘোষণা কৰা হৈছিল ১৯৬০চনতে।কিন্তু ২০১২চনৰ ২১ অক্টোবৰ তাৰিখৰপৰা এই দিনটো ৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰি অহা হৈছে ৷

Your Comments