মঙলবাৰে চন্দ্ৰটোৰ দৰেই দেখা যাব মঙল গ্ৰহক!

Mars

বিজ্ঞানীসকলে আগজাননী দিয়া সেই নিৰ্দিষ্ট দিনটো বহু প্ৰতীক্ষাৰ অন্তত আহি পালেহি ৷

১৩ অক্টোবৰত মঙল গ্ৰহটোয়ে পৃথিৱীৰ একেবাৰে ওচৰত অৱস্থান কৰিব।পৃথিৱীৰপৰা চন্দ্ৰটোৰ দৰেই দেখা যাব ৰঙা গ্ৰহ বুলি পৰিচিত এই গ্ৰহটোক৷

কাইলৈ মঙল গ্ৰহে সূৰ্য্যৰ ঠিক বিপৰীত স্থানত অৱস্থান কৰিব  আৰু পৃথিৱী থাকিব মঙল আৰু সূৰ্য্যৰ  মধ্যৱৰ্তী স্থানত ৷

Mars

বিজ্ঞানীসকলৰ লগতে বহু লোক অপেক্ষাৰত মঙল গ্ৰহক টেলিস্কোপেৰে ওচৰৰ পৰা চাবলৈ।আৰু ৩৫বছৰলৈ মঙল গ্ৰহৰ অৱস্থান পৃথিৱীৰ ওচৰত হ’ব বুলি বিজ্ঞানীসকলে উল্লেখ কৰিছে।

Your Comments