কৃষি বিধেয়কৰ বিৰোধিতা:শিৰোমণি অকালি দলে ত্যাগ কৰিলে এনডিএ

Bjp vs. Akali Dal.

বিজেপিৰ সবাতোকৈ পুৰণি সহযোগী দল শিৰোমণি অকালি দলে ত্যাগ কৰিলে এনডিএ।কৃষি বিধেয়কৰ বিৰোধিতাৰে অকালি দলে ত্যাগ কৰিলে এনডিএ।উল্লেখ্য যে ইয়াৰ পূৰ্বে অকালি দলৰ মন্ত্ৰী হৰছিমৰৎ কৌৰ
 বাদলে পদত্যাগ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা।তেলুগু দেশম আৰু শিৱসেনাৰ পিছত এনডিএ ত্যাগ কৰা তৃতীয়টো বৃহৎ দল শিৰোমণি অকালি দল।

Your Comments