কামৰূপ(ম) জিলাত শনিবাৰে 'ড্ৰাই ডে' ঘোষণা

কামৰূপ(ম) জিলাত শনিবাৰে 'ড্ৰাই ডে' ঘোষণা কৰা হৈছে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱৰ বাবে জিলাখনত ঘোষণা কৰা হৈছে ড্ৰাই ডে।

Pic

উল্লেখ যে উক্ত সময়ছোৱাত জিলাখনত সুৰা ক্ৰয় আৰু বিক্ৰী সকলো বন্ধ থাকিব।

Your Comments