কামৰূপ(ম) জিলাত বিশ্বকৰ্মা পূজা পালনৰ প্ৰশাসনৰ নিয়মসমূহ কেনে ধৰণৰ?

Biswakarma Puja

বিশ্বকৰ্মা পূজা আৰু মহালয়াক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি।ক'ভিড নিয়ম মানি পালন কৰিব লাগিব পূজা।

একে সময়ত তিনিজন মানুহে কৰিব পাৰিব পূজা। 

একেদৰে পূজা মণ্ডপত উপস্থিত থাকিব পাৰিব কেৱল মাত্ৰ ১৫ জন লোক।

ইয়াৰ উপৰিও ক'ৰ'না নীতি নিয়ম পালন কৰি পূৰ্বৰ দৰে খিচিৰি বিতৰণ কৰাৰ সলনি প্ৰসাদ বিতৰণ কৰাৰ আহ্বান জিলা প্ৰশাসনৰ।

উল্লেখ যে বুধবাৰে পালন কৰা হ'ব বিশ্বকৰ্মা পূজা।লগতে মহালয়াৰ সময়তো জনতাই পালন কৰিব লাগিব এইসমূহ নিয়ম।

Your Comments