অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ক'ৰ'না আক্ৰান্ত

Pema Khandu

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ক'ৰ'না পজিটিভ‌।মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে নিজেই টুইট কৰি এই বিষয়ে জনায়।খাণ্ডয়ে কয় যে তেওঁৰ কোনো লক্ষণ নাই।সুস্থ অনুভৱ কৰি থকা বুলিয়েই খাণ্ডুয়ে উল্লেখ কৰে।বৰ্তমান নতুন দিল্লীত থকা মুখ্যমন্ত্ৰীগৰাকী হোম আইছ'লেচনলৈ গৈছে ।

Your Comments