অসম সাহিত্য সভাৰ উদ্যোগত মননশীল কবি প্ৰশান্ত বিশ্ব শৰ্মা স্মৃতিচাৰণ অনুষ্ঠান

Pic

ৰঞ্জিত তালুকদাৰ,বৰপেটাৰোড:

মননশীল কবি প্ৰশান্ত বিশ্ব শৰ্মাৰ ৭ আগষ্টৰ পুণ্য তিথিত অসম সাহিত্য সভাৰ আদৰ্শ শিক্ষা সংসদৰ উদ্যোগত প্ৰশান্ত বিশ্ব শৰ্মা সোঁৱৰণি ভৱনত এটা স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

Pic

স্মৃতিচাৰণ অনুষ্ঠানত বিদায়ী সভাপতি ডঃ পৰমানন্দ ৰাজবংশী, অসম সাহিত্য সভাৰ মুখপাত্ৰ ডঃ সঞ্জীৱ কুমাৰ শৰ্মা,প্ৰাক্তন ধনভঁড়ালী কনক কুমাৰ বৰা,শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠ,উপ-সচিব বিষ্ণু ডেকা,ৰামধেনু উপ- শসমিতিৰ আহ্বায়ক মাণিক আহমেদ,যুৱ সংসদৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল বৰ্মন,ৰুমা ভট্টাচাৰ্য প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।           

Your Comments