কেৰেলাৰ কোজিকোড় বিমানবন্দৰত ভয়ংকৰ বিমান দুৰ্ঘটনা:১৬ জন যাত্ৰীৰ মৃত্যু

Kerala Plan Crash

কেৰেলাৰ কোজিকোড় বিমানবন্দৰত শুকুৰবাৰে নিশা ভয়ংকৰ বিমান দুৰ্ঘটনা।ডুবাইৰ পৰা কালিকোটলৈ আহি থকা এয়াৰ ইণ্ডিয়াৰ এখন বয়িং৭৩৭ বিমান বর্ষাসিক্ত ৰাণৱেত পিছলি যায় আৰু কাষৰীয়া খাৱৈত বাগৰি পৰে।দুৰ্ঘটনাত বিমানখন দুটা অংশত বিভক্ত হৈ পৰে।ইয়াৰ ফলত ১৬ জন যাত্ৰীৰ মৃত্যু ঘটে।ইয়াৰ মাজত বিমানখনৰ পাইলট দুজনো আছে।কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে।বিমানখনত মুঠ ১৯০ জন যাত্ৰী আছিল।

Your Comments