সুখবৰ:দেশত ক'ৰ'না ৰোগীৰ আৰোগ্যৰ হাৰ ৪৮.০৭ শতাংশলৈ বৃদ্ধি;৯৫,৫২৭ গৰাকী লোক আৰোগ্য

Pic

ক'ৰ'নাৰ বিৰুদ্ধে দেশে চলাই থকা যুঁজখনত এটা ভাল খবৰ আহিছে।দেশত বৃদ্ধি পাই আহিছে ক'ৰ'না সংক্ৰমণৰ পৰা আৰোগ্য হোৱা ৰোগীৰ সংখ্যা।কোভিড-১৯ সংক্ৰমণৰ ৰোগীৰ আৰোগ্য হোৱাৰ হাৰ ৪৮.০৭ শতাংশ হৈছেগৈ।১৫ এপ্ৰিলত এই আৰোগ্য-হাৰ আছিল ১১.৪২ শতাংশ।বৰ্তমানলৈ ৯৫,৫২৭ গৰাকী ৰোগী আৰোগ্য হৈছে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই তথ্য প্ৰকাশ কৰিছে।

Your Comments