৬ জুনত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল

Pic

চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব অহা ৬ জুনৰ পুুুৱা ৯ বজাত।এই কথা গুৱাহাটীত এখন সংবাদ মেলত উল্লেখ কৰিছে মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ যে 'লকডাউন'ৰ মাজতে ৰাজ্যত সমাপ্ত হৈছে মেট্ৰিকৰ ফলাফল ঘোষণা সন্দৰ্ভৰ যাৱতীয় প্ৰক্ৰিয়া।অনলাইন যোগে ঘোষণা কৰা হ'ব ফলাফল।ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব ই-মাৰ্কশ্বিট।

লকডাউনৰ বাবে পূৰ্বতকৈ কিছু পলম হৈছে এইবাৰৰ ফলাফল ঘোষণা।

Your Comments