কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ মৃতদেহ উদ্ধাৰ 

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ  লস্কৰ:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ জনতা বন শিবিৰ এলেকাত বনকৰ্মীয়ে উদ্ধাৰ কৰে এটা বাঘৰ মৃতদেহ। আনুমানিক দুই বছৰীয়া বাঘটোৰ অন্য বাঘৰ লগত হোৱা যুদ্ধত মৃত্যু হোৱা বুলি ধাৰণা কৰিছে বন বিভাগে।মৰণোত্তৰ পৰীক্ষাৰ পিছত বাঘটোৰ সৎকাৰ কৰা হয়।

Your Comments