শোণিতপুৰত আৰু ৬জন কোভিড-১৯ত আক্রান্ত

Xonitpur

নিউজ ডেস্ক :
 
ৰাজ্যত আৰু ৬ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯।তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ধৰা পৰা আটাইকেইজন আক্রান্ত শোণিতপুৰৰে স্থানীয় লোক।এই কথা সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে ইয়াকে ধৰি ৰাজ্যত ২২২জনলৈ বৃদ্ধি পালে আক্রান্তৰ সংখ্যা।

Your Comments