দ্ৰুত সংক্ৰমণৰ মাজতে সুখবৰ:ৰাজ্যত ৬জন কোভিড-১৯ আক্রান্ত সুস্থ

Pic

শেহতীয়াকৈ ৰাজ্যত দ্ৰুতভাৱে ক'ৰ'না আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে আছে এটা ভাল খবৰ।সুস্থ হৈ পুনৰ ৬ জন আক্রান্ত চিকিৎসালয়ৰ পৰা গৈছে ঘৰলৈ।শিলচৰ মেডিকেল কলেজ হাস্পতালত ৪জন আৰু গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ২জন সুস্থ হৈ উঠাত বৃহস্পতিবাৰে দিয়া হয় ৰিলিজ।এই কথা প্ৰকাশ কৰিলে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ যে ৰাজ্যত এই  পৰ্যন্ত ৫৪জন সুস্থ হৈছে।৪জনৰ মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়ত আছে ১৫৩জন।

Your Comments