আজি দুপৰীয়া ওড়িশাৰ উপকূলত খুন্দিয়াব ছুপাৰ চাইক্ল'ন 'আম্ফান'-এ

Pic

তীব্ৰ গতিৰে ওড়িশা আৰু পশ্চিম বংগৰ উপকূললৈ আগবাঢ়িছে ছুপাৰ চাইক্ল'ন 'আম্ফান'।আজি দুপৰীয়া ওড়িশা আৰু পশ্চিম বংগৰ উপকূলত খুন্দিয়াব আম্ফানে।এই সময়ত বতাহ বলিব ১৫৫-১৮৫ কিঃমিঃ বেগেৰে।আম্ফানৰ সন্মুখীন হ'বলৈ ইতিমধ্যে ওড়িশা আৰু পশ্চিম বংগ প্ৰশাসন প্ৰস্তুত হৈছে।

Your Comments