ৰাজ্যত মৃত্যু হ'ল ক'ৰ'না ভাইৰাছত সংক্ৰমিত প্ৰথমগৰাকী ব্যক্তিৰ

অসমত মৃত্যু হ'ল ক'ৰ'না ভাইৰাছত সংক্ৰমিত হোৱা প্ৰথমগৰাকী ব্যক্তিৰ।মৃত্যু হ'ল ক'ৰ'না সংক্ৰমিত হাইলাকান্দিৰ ফাইজুল হক বৰভূঞাৰ।শিলচৰ মেডিকেল কলেজ হাস্পতালত প্ৰাণ ত্যাগ কৰা বৰভূঞাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৫ বছৰ।শাৰীৰিক অৱস্থা সংকটজনক হৈ পৰাত বৃহস্পতিবাৰে তেওঁক মেডিকেল কলেজ হাস্পতালখনৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল।নিশা ১-৫৫ বজাত মৃত্যু হয় বৰভূঞাৰ।নিজামুদ্দিন মাৰ্কাজৰে সম্পৰ্কিত আছিল বৰভূঞা।

Your Comments