ক'ৰ'না ভাইৰাছত আক্রান্ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ শাৰীৰিক অৱস্থাৰ অৱনতি:চিকিৎসালয়ৰ আইচিইউত ভৰ্তি

Pic

ক'ৰ'না ভাইৰাছত আক্রান্ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ৰ আইচিইউত।ক'ৰ'না ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত যোৱা ২৭ মাৰ্চৰ পৰা মানুহৰ পৰা সংযোগ বিচ্ছিন্ন হৈ অকলশৰে আছিল জনছন।যোৱা ৫ মাৰ্চত তেওঁক ছেন্ট থমাছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।পিছত গ্ৰেট ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী গৰাকীৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক চিকিৎসালয়খনৰ আইচিইউত ভৰ্তি কৰোৱা হয়।

Your Comments