ৰাজ্যত ২০ গৰাকীলৈ বৃদ্ধি "ক'ভিড-১৯" আক্রান্ত:সন্ধিয়ালৈ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা

Pic

ৰাজ্যত ২০ গৰাকীলৈ বৃদ্ধি পালে ক'ৰ'না ভাইৰাছত আক্রান্ত।স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ আৰু চাৰি গৰাকী ব্যক্তিৰ দেহত ক'ভিড-১৯ধৰা পৰাৰ কথা প্ৰকাশ কৰিছে। নলবাৰী আৰু দক্ষিণ শালমৰাত নতুনকৈ চিনাক্ত হোৱা আক্রান্তকেইজন নিজামুদ্দিনৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰকাশ কৰিছে। সন্ধিয়ালৈ আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও মন্ত্ৰী শৰ্মাই জানিবলৈ দিছে।

Your Comments