উত্তৰ-পূৰ্বাঞ্চলত দ্বিতীয়:মিজোৰামত প্ৰথমজন ব্যক্তি ক'ৰ'না আক্রান্ত

Pic

মণিপুৰৰ পিছত পুনৰ মিজোৰামত আক্ৰান্ত মাৰাত্মক ক'ৰনা ভাইৰাছত।দ্বিতীয়তো পৰীক্ষাত নিশ্চিত হৈছে মিজোৰামৰ ৫০ বছৰীয়া এগৰাকী ব্যক্তি ক'ভিড-১৯ত আক্রান্ত হোৱাৰ কথা।উল্লেখ যে আক্রান্ত ব্যক্তিগৰাকী কিছুদিন পূৰ্বে নেদাৰলেণ্ড ভ্ৰমণৰ পৰা ঘূৰি আহিছিল।বৰ্তমান আইজলৰ জোঁৰাম মেডিকেল কলেজ হাস্পতালত কৰি থকা হৈছে চিকিৎসা।ৰখা হৈছে আছুতীয়াকৈ।এই কথা প্ৰকাশ কৰিলে হাস্পতাল কৰ্তৃপক্ষই। উল্লেখ যে উত্তৰ-পূৰ্বাঞ্চলত এইয়া দ্বিতীয়তো আক্রান্ত ঘটনাৰ।

Your Comments