বায়ুৰ মাধ্যমৰেও বিয়পিব পাৰে ক'ৰ'না ভাইৰাছ

Pic

বিশ্বৰ ১৬২ খন দেশলৈ বিয়পি পৰা ক'ৰ'না ভাইৰাছ সম্পৰ্কীয় আন এটা ভয়ংকৰ খবৰ প্ৰকাশ পাইছে।গ্ৰেট ব্ৰিটেইনত হোৱা এটা গৱেষণাত প্ৰকাশ পাইছে যে আক্ৰান্ত মানুহৰ হাঁচি-কাঁঁহত নিৰ্গত হোৱাৰ পিছত বায়ুত তিনি ঘণ্টালৈ জীয়াই থাকে ক'ৰ'না ভাইৰাছ।অৰ্থাৎ বায়ুৰ মাধ্যমৰেও এজনৰ পৰা আন এজনৰ শৰীৰলৈ বিয়পিব পাৰে ভাইৰাছ।

Your Comments