ক'ৰ'নাৰ ব্যাপক সংক্ৰমণ:আমেৰিকাত জৰুৰী অৱস্থা ঘোষণা

Pic

ক'ৰ'না ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্কিন যুক্তৰাষ্ট্ৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।ইয়াৰ পিছত,ক'ৰ'নাৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ ৫০ বিলিয়ন ডলাৰ আৱন্টন কৰা হৈছে।উল্লেখ্য যে আমেৰিকাত ক'ৰ'না সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ট্ৰাম্প নেতৃত্বাধীন ৰিপাব্লিকান চৰকাৰ ব্যৰ্থ হৈছে বুলি বিৰোধী ডেম'ক্ৰেটিক দলে অভিযোগ উত্থাপন কৰিছে।

Your Comments