ক'ৰ'না ভাইৰাছক মহামাৰী ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ

Pic

বিশ্ববাসীৰ বাবে দুঃখবৰ।বিশ্ব স্বাস্থ্য সংস্থাই ক'ৰ'না ভাইৰাছৰ সংক্ৰমণক মহামাৰী হিচাপে ঘোষণা কৰিলে।উল্লেখযোগ্য যে এই ভাইৰাছবিধে ইতিমধ্যে চীন, ইৰাণ আৰু ইটালীত বহু লোকৰ প্ৰাণহানি কৰিছে।

Your Comments