ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰীয়েই এতিয়া ক'ৰ'না আক্ৰান্ত:চাঞ্চল্য

Pic

খোদ ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰীয়েই এতিয়া ক'ৰ'না সংক্ৰমণত আক্ৰান্ত।ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰী ন'দিন ড'ৰিছে নিজেই উল্লেখ কৰিছে এই কথা।তেওঁ নিজকে এতিয়া অকলশৰীয়াকৈ ৰাখিছে।খোদ স্বাস্থ্য মন্ত্ৰীয়েই আক্রান্ত হোৱাটোৱে এতিয়া দেশখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।উল্লেখযোগ্য যে ব্ৰিটেইনত ৩৭৩ গৰাকী লোক ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈছে আৰু ৬ জন ব্যক্তিৰ মৃত্যু ঘটিছে।

Your Comments