বিশ্বব্যাপি ক'ৰ'না ভাইৰাছৰ নৰসংহাৰ:বিশ্বজুৰি মৃত্যু ৪,০১১ গৰাকী লোকৰ

Pic
বৰ্তমান বিশ্বৰ ১০০ খন দেশলৈ বিয়পি পৰা ক'ৰ'না ভাইৰাছ সংক্ৰমিত হৈছে ১,১০,০০০তকৈ অধিক লোকৰ শৰীৰলৈ।বৰ্তমানলৈ বিশ্বজুৰি ৪,০১১ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।চীনত বৰ্তমানলৈ ৩,১৫৮ জন লোকৰ মৃত্যু হৈছে।চীনৰ পিছত ইটালীত ৬৩১ জন লোকে প্ৰাণ হেৰুৱাইছে।ভাৰতত বৰ্তমানলৈ ৫৯ জন লোক আক্ৰান্ত হৈছে।

Your Comments