'য়েছ বেংক'ৰ গ্ৰাহকসকলৰ ধন ডুবিবলৈ দিয়া নহয়-বিত্তমন্ত্ৰীৰ আশ্বাস

Pic

দেউলীয়া হোৱাৰ পথত আগবঢ়া 'য়েছ বেংক'ৰ গ্ৰাহকসকলক সকাহ দিবলৈ প্ৰয়াস কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।তেওঁ বেংকটোত জমা ধন থকাসকলক আশ্বাস দি কয় যে কোনো গ্ৰাহ কৰে ধন ডুবিবলৈ দিয়া নহয়।গ্ৰাহকসকলৰ ধন সুৰক্ষিত হৈ আছে।

Your Comments