নেপালৰ কাঠমাণ্ডুত ভাষা,সাহিত্য-সংস্কৃতি আৰু চৰ্য্যাপদ বিষয়ত আন্তঃৰাষ্ট্ৰীয় আলোচনা-সত্ৰ

Pic

ৰঞ্জিত তালুকদাৰ,বৰপেটাৰোড:

ভাষা,সাহিত্য-সংস্কৃতি আৰু চৰ্য্যাপদ বিষয়ত এখন আন্ত:ৰাষ্ট্ৰীয় আলোচনা-সত্ৰ নেপালৰ কাঠমাণ্ডুৰ ত্রিভুৱন বিশ্ববিদ্যালয়ৰ বৌদ্ধ অধ্যয়ন বিভাগৰ উদ্যোগত, অসম সাহিত্য সভা আৰু নেপালী সাহিত্য সভাৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হয়।

Pic

এই আলোচনা-সত্ৰত অসম, নেপাল,বিহাৰ,ছিকিম,উত্তৰ প্ৰদেশৰ দুই শতাধিক গৱেষক,পণ্ডিত, গৱেষক ছাত্ৰ আৰু শিল্পী- সাহিত্যিকে অংশগ্ৰহণ কৰে।

Your Comments