শুকুৰবাৰৰ পৰা ভাৰতৰ নিউজীলেণ্ড ভ্ৰমণৰ খেল আৰম্ভ

Pic

২৪ জানুৱাৰীৰ পৰা বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলৰ নিউজীলেণ্ড ভ্ৰমণৰ খেল আৰম্ভ হব।শুকুৰবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া 'টী-২০' শৃংখলাৰ প্ৰথমখন খেল।ভাৰতীয় দলে নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া মেচো খেলিব।দুখন টেষ্ট মেচত নিউজীলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত।ভাৰতীয় দলৰ বাবে এই ভ্ৰমণ কঠিন হ'ব বুলি ভবা হৈছে।

Your Comments