লোকসভাত গৃহীত কৰা হ'ল 'কেব':পক্ষত ৩১১টা,বিপক্ষত ৮০ টা ভোট

Pic

মঙলবাৰে ৰাতি ১২.০৬ বজাত লোকসভাত গৃহীত কৰা হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক(কেব)।বিধেয়কৰ পক্ষত ৩১১টা ভোট পৰাৰ বিপৰীতে বিধেয়কৰ বিপক্ষত পৰিল ৮০টা ভোট। মুঠ ৩৯১গৰাকী সাংসদে প্ৰদান কৰিলে ভোট।নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শলাগ লয়।

Your Comments