নালন্দা পাব্লিক স্কুলত স্বাস্থ্য পৰীক্ষা শিবিৰ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নালন্দা পাব্লিক স্কুল,বাহাৰঘাটত ছাত্ৰছাত্ৰীসকলৰ মাজত শনিবাৰে এটা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়৷স্থানীয় সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক হেমেন কুমাৰ শৰ্মাৰ নেতৃত্বত এটি চিকিৎসা-কৰ্মীৰ দলে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰে৷স্বাস্থ্য পৰীক্ষাৰ অন্তত ছাত্ৰছাত্ৰীসকলক কিছু পৰিমাণে ঔষধো বিনামূলীয়াকৈ বিতৰণ কৰে৷

Pic

শিবিৰ আৰম্ভণিৰ পূৰ্বে চিকিৎসকসহ সহযোগী দলটোক স্কুলখনৰ তৰফৰ পৰা আদৰণি জনায়।

Your Comments