নাহৰকটীয়াৰ বাঁঁহধাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত মহিলা

Pic

নামৰূপৰ পৰা সমীৰণ বৰুৱা:

সোমবাৰে নিশা দুলীয়াজানৰ দিশৰ পৰা নাহৰকটীয়া অভিমুখে আহি থকা AS 06 BC 1543 নম্বৰৰ এখন তীব্ৰবেগী বলেৰ' পিক আপ গাড়ীয়ে বাঁহধাৰী পেট্ৰল ডিপ'ৰ সন্মুখেৰে খোজকাঢ়ি গৈ থকা এগৰাকী মহিলাক মহতিয়াই নিয়াৰ ফলত থিতাতে মৃত্যু হয় মহিলাগৰাকীৰ৷

Pic

আনহাতে,দুৰ্ঘটনা সংঘটিত কৰি গাড়ীখনে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় লোকে তৎপৰতাৰে  জব্দ  কৰে গাড়ীখন।কিন্তু,গাড়ীখনৰ চালক পলাই যাবলৈ সক্ষম হয়৷

 

Your Comments