কাছাৰৰ কালাইনত  বিশ্ব নৱীৰ জন্ম দিৱস পালন

Pic

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰী:

কাছাৰ জিলাৰ কালাইনত দেওবাৰে পালিত হ'ল বিশ্ব নবী হজৰত মহম্মদ (ছ:)ৰ জন্ম দিৱস।এই উপলক্ষে কাটিগৰাৰ কেইবাটাও এলেকাজুৰি সমদল উলিওৱাৰ লগতে ইছলামিক সংগীতোবজোৱা হয়।বিভিন্ন শ্লোগানো দিয়া হয়।সমগ্র অনুষ্ঠান অতি শান্তিপূৰ্ণভাৱে  পৰিচালনা কৰে কালাইন যুৱ আহলে চুন্নত আৰু চুন্নি জামাতৰ সমৰ্থকসকলে।উল্লেখ্য,কালাইনৰ পৰা কেইবাশতাধিক বাহনৰ সহযোগত সমদল উলিয়াই বিভিন্ন এলেকা পৰিক্ৰমা কৰি কালাইনত আহি সামৰণি পৰে।

 

Your Comments