কলিয়াবৰত অবৈধ গৰু সৰবৰাহ চক্ৰক আটক

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

দেওবাৰে কলিয়াবৰ আৰক্ষী থানাই এটা  বৃহৎ অবৈধ গৰু সৰবৰাহ চক্ৰক আটক কৰিবলৈ সক্ষম হয়।গোলাঘাটৰ পৰা মেঘালয়,শিলচৰ আৰু কৰিমগঞ্জলৈ বুলি নি থকা অৱস্থাত কলিয়াবৰ থানাৰ ভাৰপ্ৰাপ্ত অৰক্ষী বিষয়া খৰ্গেশ্বৰ বৰদলৈৰ নেতৃত্বত গৰু আৰু ম'হ ভৰ্তি ১৪ খন গাড়ী আটক কৰিবলৈ সক্ষম হয়।৩ খন ১২ চকীয়া ট্ৰাক আৰু ১৬ খন ডিআই গাড়ীত ৫৪ টা ম'হ আৰু ৯১ টা গৰুসহ মুঠ ১৪৫ টা গৰু আৰু ম'হ অবৈধভাৱে লৈ অহা ৪০ জন ব্যক্তিক আৰক্ষীয়ে আটক কৰে।

 

Your Comments