তিনিচুকীয়া জিলাৰ বৰুৱাহোলা হাইস্কুলত মধ্যাহ্ন ভোজন খাই অসুস্থ কণমানি শিক্ষাৰ্থী

এনজিঅ'ই নিম্নমানৰ মধ্যাহ্ন ভোজন বিতৰণ কৰাক লৈ অসমৰ উজনি-নামনিত প্ৰতিবাদৰ জোৱাৰ উঠিছে।এই সময়তে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ বৰুৱাহোলা হাইস্কুলত    নিম্নমানৰ মধ্যাহ্ন ভোজন খাই অসুস্থ হৈ পৰিল কেইবাগৰাকী কণমানি শিক্ষাৰ্থী।প্ৰথম আৰু ষষ্ঠ শ্ৰেণীৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে   মধ্যাহ্ন ভোজন খাই পেটৰ বিষত অস্থিৰ হৈ অসুস্থ হৈ পৰাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Your Comments